বিদ্যুৎ ক্ষেত্ৰবিদ্যুৎ চুম্বক

বিদ্যুৎ কৰ্তন (Assamese) [ Roman: bi.dhyut kor.ton]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-02
1. Technology-Engineering(Verbal Noun) the deliberate shutdown of electric power in a part or parts of a power-distribution system, generally to prevent the failure of the entire system when the demand strains the capacity of the system. বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ ওপৰত অতিৰিক্ত চাপ কমাবৰ বাবে নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট সময়ৰ কাৰণে বিদ্যুৎযোগান বন্ধ ৰখা ৷